Kitchen Cleaning Service
পাকঘৰৰ চৌকা, কাউণ্টাৰ, ছিংক, কেবিনেট আৰু অন্যান্য অংশ ভালদৰে পৰিষ্কাৰ কৰি তেল, ধূলি-ময়লা আৰু সাধাৰণ দাগ আঁতৰোৱা হয়।
What is Included
- চৌকা আৰু বাৰ্ণাৰ পৰিষ্কাৰ
- কিচেন কাউণ্টাৰ পৰিষ্কাৰ
- ছিংক আৰু টেপ পৰিষ্কাৰ
- কেবিনেটৰ বাহিৰৰ অংশ পৰিষ্কাৰ
- টাইলছ পৰিষ্কাৰ
- কিচেনৰ মজিয়া পৰিষ্কাৰ
- ধূলি-ময়লা আৰু তেলীয়া ময়লা আঁতৰোৱা
What is Excluded
- চৌকা বা বাৰ্ণাৰ মেৰামতি
- চিমনি মেৰামতি
- গেছ পাইপ মেৰামতি
- বৈদ্যুতিক মেৰামতি
- কেবিনেট মেৰামতি
- প্লাম্বিংৰ কাম
- কেবিনেটৰ ভিতৰৰ বস্তু সজোৱা
- স্থায়ী গভীৰ দাগ সম্পূৰ্ণ আঁতৰোৱাৰ নিশ্চয়তা